November 1, 2022 ধিঙৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail ধিঙৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা ।থিতাতে নিহত এজন । আহ’ত ১৫ জন। দুজনৰ অৱস্হা সংকটজনক ,নিহত জনৰ নাম গুলজাৰ হুছেইন ।👉 *আহত কেইজনক ধিং FRU ত ভৰ্তি কৰোৱা হয় । AS02 CC8970 নম্বৰৰ মাছ ভৰ্তি ব’লেৰু পিক আপ বাহন খনে নিয়ন্ত্রণ হেৰুৱাই দূৰ্ঘটনাত পতিত হয় । Author: দৈনন্দিন বাৰ্তা Related Articles বৰপেটাৰোডত নিশা মৰ্মান্তিক ঘটনাঃ প্ৰাণ হেৰুৱালে দুই উদীয়মান যুৱকে দৈনন্দিন বাৰ্তা - June 24, 2026 ৩০ বছৰীয়া জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰমপন্থা দৈনন্দিন বাৰ্তা - June 15, 2026 মহানগৰীত অঘটনঃ গছ পৰি ছাত্ৰীৰ মৃত্যু… দৈনন্দিন বাৰ্তা - June 12, 2026