Breaking

ক্লান্তি বা অৱসাদ কেনেকৈ দূৰ কৰিব আপুনি ? জানক এই নিয়ম …

0 100

1.মন-মস্তিস্ক আৰু শৰীৰক সতেজ কৰি ৰাখক
2.দিনটোৰ কাম সোনকালে আৰম্ভ কৰক
3. প্ৰত্যেকটো দিনৰ বাবে সুস্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক
4.সাধুতাই হৈছে উত্তম উপায়


5.স্পষ্টকৈ অগ্ৰাধিকাৰ ব্যক্ত কৰক
6.গভীৰ নিশ্বাস লওক
7.শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰক
8.সঠিক সময়ত খাওক
9.খাদ্য বস্তু ভালকৈ চাওক


10.টোপনিয়ে টনিকৰ কাম কৰে
11.সদায় ধনাত্মক দিশটোহে চিন্তা কৰিব
12.সংগীতেৰে মনক ঝংকৃত কৰক
13.প্ৰচুৰ পৰিমাণে পানী খাওক
14.পাৰে মানে হাঁহক
15.পৰিৱৰ্তিত সময়ৰ সৈতে খোজ মিলাওক
16.আনন্দ আৰু সন্তুষ্টিদায়ক কাম কৰক
17.ছুটী বা বন্ধৰ আনন্দ লওক
18.চিকিৎসকৰ পৰামৰ্শ ল’ব

Leave A Reply