Breaking

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত বৰ্তমানলৈ কিমান মানুহৰ মৃত্যু হ’ল?

0 2,041

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই আজি পঞ্চম দিনত ভৰি দিলে। ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ বহু ঠাইত তীব্ৰ আঘাত হানিছে।ৰাছিয়াৰ সেনাক প্ৰতিহত কৰাৰ বাবে ইউক্ৰেইনৰ সেনা বাহিনীয়ে সাধ্য অনুসাৰি নিজৰ নিজৰ প্ৰতিৰোধ গঢ়ি তুলিছে।ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ চতুৰ্থ দিনৰ যুদ্ধৰ অন্তত এতিয়ালৈকে তথ্য অনুসৰি ইউক্ৰেইনৰ ৩৫২ গৰাকী লোকৰ মৃত্যু হৈছে।আনহাতে দুই সহস্ৰাধিক লোক সন্ধানহীন হৈ আছে।আনহাতে, ইউক্ৰেইনৰ তৰফৰ পৰা এই যুদ্ধত ৰাছিয়াৰ ২০০০ সৈনিকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে।

Leave A Reply