Breaking

এটা ৰাতিৰ ভিতৰতে কেনেকৈ লাখপতি হ’ব…

0 42

আপোনাৰ ভাগ্য সলনি কৰিব পাৰে কেৱল ১০০ টকা পইচাৰে। মাত্ৰ এশ টকাত ফৰচুনাৰ, স্ক’ৰপিঅ’, স্কোডা বাহন। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সঁচা। মাত্ৰ এশ টকা মূল্যৰ উপহাৰ কুপণ খেলৰ টিকটৰ বিনিময়ত বিলাসীপাৰা, সাপটগ্ৰাম বাসীৰ সুবিধাৰ্থে যেনে স্বাৰ্থ, কৃষ্ণৰ সমস্যা, বিশেষকৈ এম্বুলেঞ্চ সেৱা আগবঢ়োৱাৰ কথা মূৰত ৰাখি ধেমধেমা গ্ৰীণ ষ্টাৰ NGOৰ সকলো সদস্যই এশ টকাৰ মূল্যৰ উপহাৰ কুপণ খেলৰ আয়োজন কৰে। খেলখনত মুঠ ৪ লাখ টিকটৰ ব্যৱস্থা কৰা হৈছে অহা এপ্ৰিল মাহৰ ১৭ তাৰিখে হোৱা খেলখনৰ আজি ফিটা কটি শুভাৰম্ভ কৰা হয়।


উপহাৰ কুপণ খেলৰ পুৰস্কাৰ সমূহৈছে ষ্টাৰ বাছ, বেলিনো ,হানটা ৩৫০ cc বাইক, গ্লেমাৰ বাইক, মাহিন্দ্ৰ থাৰ, হুনডা HP 125 CC , iPhone 15 pro (128Gb) ওৱাগানাৰ, pulser 150 CC, Pulser 125 Cc, মাৰতী এক্সও,ৰৱেল এমফইল Classic 350 Cc, এল্টকেট N, টোটো গাড়ী, Pulser NS 125Cc ,আৰু ছুইট বাহন। তেন্তে চিন্তা কিহৰ এশ টকাৰ বিনিময়ত জিৰোৰ পৰা হিৰো হ’বলৈ স্বপ্ন পূৰণ কৰিবলৈ আজিয়েই অনলাইন টিকটৰ বাবে যোগাযোগ
কৰক 6901550490 নাইবা 8721015604নম্বৰত 6000178239 আৰু ক্ৰয় কৰক কুপণ, সলনি কৰক আপোনাৰ ভাগ্য।

Leave A Reply