Breaking

চিগাৰেট খোৱা ক’লা ওঁঠ কেনেকৈ গোলপীয়া কৰিব…

0 25

ওঁঠৰ দাগ পৰা পৰিত্ৰাণ পোৱা সম্ভৱনে? মেকআপেৰে ঢাকি নোযোৱাকৈ ওঁঠৰ ক’লা দাগ কেনেকৈ আঁতৰাব পাৰি, জানি লওক। সকলোৱে বিচাৰে গোলাপী মসৃণ ওঁঠ। কিন্তু নিয়মীয়াকৈ চিগাৰেট খোৱাৰ বাবে ওঁঠৰ কোণত ক’লা দাগ দেখা দিয়ে। কিছুমান মানুহৰ ওঁঠৰ ঠিক তলত ক’লা দাগ দেখা দিয়ে। কেৱল ছোৱালীয়েই নহয়, পুৰুষও এই সমস্যাত ভুগিছে। ওঁঠৰ ক’লা দাগ কেনেকৈ আঁতৰাব জানি লওক-

১) নেমু ৰাতিপুৱা আৰু গধূলি দুবাৰকৈ ওঁঠত ভালদৰে ঘঁহিব দেখিব এই সমস্যা কিছু সমাধান হ’ব।

২) এই সমস্যাত মৌও উপযোগী। এচামুচ মৌত অলপ চেনি মিহলাই লওক। ইয়াৰ পিছত মিশ্ৰণটো ভালদৰে ওঁঠত লগাব। কেইঘণ্টামান থৈ ওঁঠটো ধুব।

৩) এচামুচ হালধি আৰু এচামুচ গাখীৰ মিহলাই লওক। মিশ্ৰণটো ভালদৰে ওঁঠত লগাব। কিছু সময় থৈ ধুই পেলাব।

৪) এলোভেৰা জেল প্ৰতি নিশা শুই উঠাৰ আগতে ওঁঠত লগাব পাৰি। গোটেই ৰাতিটো লগাই ৰাতিপুৱা ধুই দিব।

৫) এই সমস্য়াত নাৰিকল তেলৰ গুণাগুণ কম নহয়। নিয়মিতভাৱে নাৰিকল তেল ব্যৱহাৰ কৰিলে কেইদিনমানৰ ভিতৰতে ক’লা দাগবোৰ নাইকিয়া হোৱাৰ সম্ভাৱনা।



Leave A Reply