Breaking

প্ৰথমবাৰলৈ ‘বিক্ৰম ৱেদা’ৰ প্ৰমোচনৰ বাবে একেখন মঞ্চত দেখা গ’ল দুই অভিনেতা হৃতিক ৰৌছন আৰু চেইফ আলী খানক।

0 87

দক্ষিণৰ একে নামৰ ২০১৭ চনৰ এখন চিনেমাৰ হিন্দী ৰিমেক হৈছে বিক্ৰম ৱেদা। পুস্কৰ আৰু গায়ত্ৰীয়ে পৰিচালনা কৰা চিনেমাখন দুই পৰিচালকে এইবাৰ বলিউডত নিৰ্মান কৰিছে। মঙলবাৰে দিল্লী আৰু গুৰুগ্ৰামত দুই জনপ্ৰিয় অভিনেতা উপস্থিত হৈ চিনেমাখনৰ প্ৰচাৰ কৰে।

উল্লেখযোগ্য যে ২০১৭চনত নিৰ্মিত দক্ষিণৰ এই চিনেমাখনে ইতিমধ্যেই খলকনি তুলি থৈছে। এতিয়া ইয়াৰ হিন্দী ৰিমেকে কি ফলাফল দেখুৱায়, সেয়া সময়ত গম পোৱা যাব।

Leave A Reply