Breaking

ৰাজ্যত HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ ! আজিৰে পৰা মুকলি ‘দর্পন’ প’র্টেল…

0 34


চলিত শিক্ষাবর্ষতো অনলাইন পদ্ধতিৰে হ’ব নামভৰ্তি
ৰাজ্যত HS প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ
আজিৰে পৰা মুকলি হৈছে ‘দর্পন’ প’র্টেল


নামভৰ্তিৰ আবেদন দাখিলৰ অন্তিম দিন ২ মে’
৫ মে’ৰ মাজনিশা প্রকাশ পাব মেধাৰ তালিকা
৬ৰ পৰা ৮ মে’ৰ ভিতৰত নিশ্চিত কৰিব লাগিব শিক্ষানুষ্ঠান


৯-১০ মে’ত অনলাইন পদ্ধতিৰে সম্পন্ন হ’ব নামভর্তি পক্রিয়া
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে এই নির্দেশনা

Leave A Reply