HS Result 2026: উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিন ঘোষণা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰ কৰিলে বিশেষ ঘোষণা।(HS Result 2026)

উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।

X যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পুৱা ১০ বজাৰ লগে লগে লাভ কৰিব ফলাফল।

ৱেবছাইটৰ জৰিয়তে লাভ কৰিব ফলাফল।

প্ৰতিগৰাকীক শিক্ষাৰ্থীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles