Breaking

লটাৰীত ইব্ৰাহিম আলীৰ জয়

0 2,250

 অৱশেষত আজি ৪২৪ নং বিৰসিংচৰ এল পি স্কুলৰ পৰিচালনা কমিটীৰ সভাপতি পদৰ প্ৰাৰ্থীকলৈ যি নিৰ্বাচন হ’ল সেই নিৰ্বাচনত ২জন প্ৰাৰ্থী প্ৰতিদ্বন্দিতা কৰিছিল। ১ আবু তাহেৰ মণ্ডল, ২ ইব্ৰাহিম আলী । ভোট দান শেষ, ভোট গণনা আৰম্ভ। উক্ত ভোট গণনাৰ ফলাফল ভাগ্যৰ ওপৰত নিৰ্দ্ধাৰিত হ’ল, কাৰণ বিদ্যালয় খনৰ মুঠ ভোটাৰৰ সংখ্যাঃ- ৮৭ , ভোট দানৰ সংখ্যাঃ- ৮৬ ,আবু তাহেৰ মণ্ডলে মুঠ ভোট লাভ কৰিলে ৪৩ টা, আৰু ইব্ৰাহিম আলীয়ে মুঠ ৪৩টা ভোট লাভ কৰিলে।তাৰ মানে দুয়ো জন প্ৰাৰ্থীয়ে ভোট লাভ কৰিলে সমান সমান, ইয়াতেও সমস্যা নহ’ল সমাধান। অৱশেষত নিৰ্বাচিনী বিষয়াই লটাৰীৰ সিদ্ধান্ত লয়। আৰু লটাৰীত ইব্ৰাহিম আলীয়ে জয়ী হয় আৰু আবু তাহেৰ মণ্ডলে পৰাজিত হয়।

Leave A Reply