Breaking

কাছাৰৰ জাতিংগা নদীত বন বিভাগৰ অভিযানত জব্দ অবৈধ শিল ভৰ্তি ট্ৰাক…

0 10

উদাৰবন্দৰ ৰেঞ্জৰ অধীনত থকা জাতিংগা মহলত অভিযান। অভিযানত কেইবাখনো বল্ডাৰ ভৰ্তি ট্ৰাক, কেইবাখনো ফকলেণ্ড জব্দ কৰে।‌। কাছাৰৰ জাতিংগা নদীত বন বিভাগৰ অভিযান ।

একাংশ বন মাফিয়াৰ বিৰুদ্ধে অবৈধভাৱে শিল‌ আৰু বল্ডাৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। জব্দ কৰা বাহন সমুহ মাৰুৱাচৰা বিট অফিচত জব্দ কৰি ৰখা হৈছে ।

 অভিযানৰ সময়ত ক্ৰেছাৰটোৰ যথেষ্ট বিসংগতি ধৰা পৰে। অভিযান কাৰী দলটোক ক্ৰেছাৰ কতৃপক্ষই প্ৰয়োজনীয় নথিপত্ৰ দেখুৱাব পৰা নাই বুলিও জানিব পৰা গৈছে।

Leave A Reply