Breaking

বেৰেংগাবাৰীত ৰাষ্ট্ৰীয় পোচন অভিযান কাৰ্যসূচী ৰূপায়ণ

0 2,028

 বাক্সা জিলাৰ অন্তৰ্গত গোবৰৰ্ধনা আই, চি,ডি,এছ ৰ অধীনত বেৰেংগাবাৰীত ৰাষ্ট্ৰীয় পোচন অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই পোষণ অভিযান উপলক্ষে শিশু মংগল দিৱস শীৰ্ষক কাৰ্যসূচী ও অনুষ্ঠিত কৰা হয়  । বেৰেংগাবাৰী আংগনৱাড়ী কৰ্মী সকলে অনুষ্ঠিত কৰা এই পোষণ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে আংগনৱাড়ী চুপাৰভাইচৰ ৰমনী প্ৰভা ডেকা । উক্ত অনুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকে শিক্ষক শ্যামল পাল, নিৰ্মলা চৌধুৰী,   এন আই টি আই- এ ডি টি প্ৰজেক্টৰ অনুপ চৌধুৰী।  ভাষণ প্ৰসংগত বক্তা সকলে ৰাষ্ট্ৰীয় পোষণ মাহ বিষয় সন্দৰ্ভত আলোকপাত কৰে ।

Leave A Reply