Breaking

মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে!

0 32

অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে। প্ৰতিদিনে ভয়াৱহভাবে নতুন নতুন ক’ভিড পজিটিভৰ ঘটনা পোহৰলৈ আহিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৮৫২জন লোক আক্ৰান্ত হৈছে। ইয়াৰ লগতে ক’ভিডৰ হাতত পৰাস্ত হৈ দুজন লোকৰ মৃত্যু ঘটিছে।

এইপৰ্যন্ত মিজোৰামত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১,৪৪,৬২৪গৰাকীলৈ। বৰ্তমান ৩,৬১৭গৰাকী লোকৰ চিকিত্সা চলি আছে। ৰাজ্যখনত ক’ভিডত মৃত্যু ঘটিছে মুঠ ৫৫৭জন লোকৰ। কভিডক পৰাস্ত কৰি ১,৪০,৪৫০গৰাকী লোকে আৰোগ্য লাভ কৰিছে।

Leave A Reply