Breaking

শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মাণৰত দলঙৰ মাজভাগ…

0 17

শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং।

ভাগিল দিখৌৰ চিৰিপুৰীয়া-আজানপীৰ দৰগাহ সংযোগী দলং। সম্পূৰ্ণৰূপে বহি গ’ল নিৰ্মাণৰত দলঙৰ মাজভাগ।

দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলংখন। ত্ৰিশূল এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে চলাইছে নিৰ্মাণকাৰ্য।

Leave A Reply