Breaking

দেশত ২৪ঘন্টাত ক’ৰণাত আক্ৰান্ত ৩লাখ ৩৭হাজাৰ লোক

0 1,023

বিগত ২৪ঘন্টাত ভাৰতত ৩লাখ ৩৭হাজাৰ ৭০৪গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰণাত। এই সময়চোৱাত ৪৮৮গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২লাখ ৪২হাজাৰ লোক সুস্থ হৈ ঘৰলৈ উভতিছে।

ভাৰতত বৰ্তমান চিকিতসাধীন অৱস্থাত আছে ২১লাখ ১৩হাজাৰ লোক। দেশত পজিটিভিটিৰ হাৰ ১৭.২২শতাংশ। ইফালে দেশত ১০,০৫০গৰাকীলৈ বৃদ্ধি হৈছে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা।

Leave A Reply