Breaking

দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত ২.৮২ লাখ লোক

0 2,026

ক’ভিডৰ তৃতীয় ঢৌত উৱা-দিহ হেৰুওৱা দেশবাসীয়ে এতিয়াও স্বস্তিৰ শ্বাস ল’ব পৰা নাই। বুধবাৰে দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ২.৮২,৯৭০। যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৪১ জন লোকৰ আৰু আৰোগ্য লাভ কৰিছে ১,৮৮,১৫৭ জনে। ক’ভিড সক্ৰিয় হৈ আছে ৯৪,৩৭২লোকৰ দেহত।

উল্লেখনীয় যে মঙলবাৰৰ তুলনাত বুধবাৰে আক্ৰান্তৰ সংখ্যা ১৮.৮৯ শতাংশ বেছি। তাৰ উপৰিও নতুনকৈ আক্ৰান্তৰ সংখ্যা যোৱা ২৪৮ দিনতকৈ সৰ্বাধিক বুলিও তথ্যত প্ৰকাশ পাইছে। আনহাতে অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৮,৯৬১ জন হৈছেগৈ।

Leave A Reply