Breaking

অহা ৩ মাহৰ ভিতৰত চীনৰ ৬০% লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ সম্ভৱনা; লাখ লাখ লোকৰ মৃত্যু হ’ব পাৰে

0 46

‘অহা ৩ মাহত চীনৰ ৬০% লোক ক’ভিড-১৯ত আক্ৰান্ত হ’ব পাৰে; লাখ লাখ লোকৰ মৃত্যু হ’ব পাৰে’: বিশেষজ্ঞ।



চীনত কৰ’না আক্ৰান্তৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পোৱাৰ মাজতে মহামাৰী বিজ্ঞানী তথা স্বাস্থ্য অৰ্থনীতিবিদ এৰিক ফেইগল-ডিঙে কয় যে অহা ৯০ দিনত চীনৰ ৬০%তকৈ অধিক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে আৰু লাখ লাখ লোকৰ মৃত্যুৰ সম্ভাৱনা আছে। ইয়াৰ পূর্বে খবৰ অনুসৰি বেইজিঙত ক’ভিড-১৯ ৰোগীৰ বাবে নির্দিষ্ট শ্মশান সমূহত মৃতদেহ প্লাৱিত হৈছে৷

Leave A Reply