Breaking

ইউক্ৰেইনত এতিয়ালৈকে ১৯৮ জন সাধাৰণ লোক নিহত, ১,০০০ ৰো অধিক আহত!

0 1,050

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলত ৰাছিয়াৰ আক্ৰমণকাৰী সকলৰ হাতত ১৯৮ জন ইউক্ৰেইন সেনা নিহত হৈছে, যাৰ ভিতৰত আছে ৩ টা শিশু। ১,১১৫ জন আহত হৈছে, তাৰ ভিতৰত ৩৩ টা শিশু আছে। ইউক্ৰেইনৰ স্বাস্থ্য মন্ত্ৰী ভিক্টৰ লিয়াশ্কোৱে ফেচবুক যোগে জনাই এই কথা। ইউক্ৰেইনৰ স্বাস্থ্য মন্ত্ৰীয়ে শনিবাৰে কৈছিল যে ৰাছিয়ান বাহিনীয়ে পশ্চিমপন্থী দেশখনত আক্ৰমণ কৰি এতিয়ালৈকে তিনিটা শিশুসহ ১৯৮ জন সাধাৰণ লোক নিহত হৈছে।

আনহাতে অপাৰেটিভ তথ্য অনুসৰি, আক্ৰমণকাৰীসকলৰ হাতত ১৯৮ জন নিহত হৈছে, যাৰ ভিতৰত আছে ৩ টা শিশু, ১,১১৫ জন আহত, যাৰ ভিতৰত ৩৩ টা শিশুও আছে,” স্বাস্থ্য মন্ত্ৰী ভিক্টৰ লিয়াশ্কোৱে ফেচবুকত এইদৰে লিখিছে।

Leave A Reply