Breaking

এছিয়া কাপৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে…

0 35

এছিয়া কাপৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে। এছিয়া কাপত শ্ৰীলংকাৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ জয়।

শ্ৰীলংকাৰ বিৰুদ্ধে ৪১ ৰানত জয়লাভ ৰোহিত বাহিনীৰ। শ্ৰীলংকাক ২১৪ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে।

প্ৰত্যুত্তৰত ৪১.৩ অভাৰত ১৭২ ৰানত অলআউট শ্ৰীলংকা।

Leave A Reply