Breaking

ইতিহাস সৃষ্টিৰ পথত ভাৰতবৰ্ষ ! চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত…

0 303

চন্দ্ৰযান-৩

অসমবাসীৰ বাবে এটি গৌৰৱৰ খবৰ। চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।

ইতিহাস সৃষ্টিৰ পথত ভাৰতবৰ্ষ

ভাৰতৰ মহাকাশ গৱেষণাৰ এক উল্লেখযোগ্য সংযোজন হিচাপে চন্দ্ৰযান-৩ নিজৰ লক্ষ্যস্থানৰ দিশত ধাৱমান হৈছে।

বিক্ৰম লেণ্ডাৰৰ পৰা পৃথক হৈ বৰ্তমান চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠৰ নিৰ্ধাৰিত লক্ষ্যস্থানত অৱতৰণৰ দিশত অগ্ৰসৰ হৈছে।

চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।

বৈজ্ঞানিক চয়ন দত্ত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

আন্তৰিকতাৰে অভিনন্দন ।

Leave A Reply