Breaking

আজি এছিয়া কাপৰ সমুখ সমৰত ভাৰত বনাম পাকিস্তান…

0 96

আজি ভাৰত-পাকিস্তানৰ মহাৰণ হ’ব।

আজি এছিয়া কাপৰ সমুখ সমৰত ভাৰত বনাম পাকিস্তান।

বিয়লি ৩-০০ বজাত এছিয়া কাপৰ সমুখ সমৰত নামিব ভাৰত বনাম পাকিস্তান।

খেল খনক লৈ সাজু ভাৰতীয় ক্ৰিকেট দল।

আজি শ্ৰীলংকাৰ কেণ্ডিত ভাৰতে চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ’ব।

Leave A Reply