Breaking

‘এছিয়াৰ দ্বিতীয় আৰু পৃথিৱীৰ তৃতীয় ধনী দেশ হ’ব ভাৰত’-মুকেশ আম্বানী

0 2,056

বুধবাৰে এছিয়াৰ এক অৰ্থনৈতিক আলোচনাত বহিছিল মুকেশ আম্বানী। ড° ৰঘুনাথ অনন্ত মাছেলকাৰৰ সৈতে মুকেশ আম্বানীৰ আলোচনাত এক বৃহৎ মন্তব্য কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালনা সম্পাদক মুকেশ আম্বানীয়ে।তেওঁ কয় যে ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ তৃতীয় ধনী দেশ দেশ হিচাপে পৰিণত হ’ব ভাৰত।লগতে তেওঁ কয় যে এতিয়া ভাৰতৰ সময়, ভাৰতে জাপানকো চেৰ পেলাবলৈ সক্ষম হ’ব ।

ভাৰত এছিয়াৰ ভিতৰত দ্বিতীয় আৰু বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি দেশ হ’ব।বুধবাৰে হোৱা এই অৰ্থনৈতিক সন্মিলনৰ বিষয় আছিল মহামাৰী-পৰৱৰ্তী বিশ্বত স্থিতি স্থাপক গোলকীয় বিকাশ

Leave A Reply