Breaking

কানাডাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ভাৰতীয় ছাত্ৰ ছিৰাগ আন্টিল…

0 12

কানাডাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ভাৰতীয় ছাত্ৰ । আৰক্ষীয়ে লাভ কৰা তথ্যমতে নিহত ছাত্ৰজনৰ নাম ছিৰাগ আন্টিল।

২৪ বছৰীয়া ছিৰাগে হাৰিয়ানাৰ পৰা কানাডালৈ বুলি অধ্যয়নৰ বাবে গৈছিল।

গাড়ীৰ ভিতৰতে থকা অৱস্থাত ভাৰতীয় ছাত্ৰজনক দুৰ্বৃত্তই হত্যা কৰা বুলি জানিব পৰা গৈছে। কানাডা চহৰৰ মেইন ষ্ট্ৰীটত অচিনাক্ত দুৰ্বৃত্তই ছিৰাগ আন্টিলক গুলিয়াই হত্যা কৰিছিল ।

Leave A Reply