Breaking

আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শিক্ষাৰ্থী উমা সত্য চাই গাদ্দেৰ মৃত্যু…

0 13

পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু। ওহাইঅ’ৰ ক্লিভলেণ্ডত মৃত্যু উমা সত্য চাই গাদ্দে নামৰ ছাত্ৰজনৰ ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত । শীঘ্ৰে ভাৰতলৈ প্ৰেৰণ কৰা হ’ব ছাত্ৰজনৰ নশ্বৰ দেহ ।

পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন প্ৰশাসনৰ।

Leave A Reply