October 23, 2022 পাকিস্তানৰ বিৰুদ্ধে ৪ উইকেটত ভাৰতৰ জয়… Share FacebookTwitterWhatsAppTelegramKooEmail পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়, ৪ উইকেটত জয় ভাৰতৰ ৷ ২০ বিশ্বকাপ ২০২২ৰ প্ৰথমখন খেলত ভাৰতে পাকিস্তানক ৪ উইকেটত পৰাস্ত কৰিছিল। ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বিৰাট কোহলীয়ে। তেওঁ ৮২ ৰানত অপৰাজিত ইনিংছ খেলিছিল। Author: দৈনন্দিন বাৰ্তা Related Articles এয়াৰটেল এ এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে দৈনন্দিন বাৰ্তা - September 22, 2026 আন্তৰাষ্ট্ৰীয় কাৰাটেত স্বৰ্ণ জয়ী এলী ডোমা তামাঙক গোৰ্খা উন্নয়ন পৰিষদৰ উষ্ণ সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - September 21, 2026 বিশ্ব ষ্ট্ৰেংথলিফটিং চেম্পিয়নশ্বিপত মাজবাটৰ কৰৱী ডেকাৰ সাফল্য দৈনন্দিন বাৰ্তা - September 19, 2026