Breaking

এছিয়া কাপত ভাৰতৰ বৃহৎ জয়। খেলখনত দুৰ্দান্ত প্ৰদৰ্শন কুলদীপ যাদৱৰ…

0 116

এছিয়া কাপৰ ছুপাৰ ৪ মেছত ভাৰতৰ হাতত পৰাজয় পাকিস্তানৰ

এছিয়া কাপত ভাৰতৰ বৃহৎ জয় ।

২২৮ ৰাণত পাকিস্তানক হৰুৱাই বিজয় সাব্যস্ত কৰে ভাৰতে।

৩২ অভাৰত ১২৮ ৰান সংগ্ৰহ পাকিস্তানৰ ।

ভাৰতে পাকিস্তানক বান্ধি দিছিল ৩৫৭ ৰানৰ লক্ষ্য।

ভাৰতৰ কুলদ্বীপ যাদৱৰ ২৫ ৰানৰ বিনিময়ত ৫ উইকেট সংগ্ৰহ।

খেলখনত দুৰ্দান্ত প্ৰদৰ্শন কুলদীপ যাদৱৰ।

পাকিস্তানৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰিলে কুলদীপ যাদৱে।

Leave A Reply