Breaking

উৎক্ষেপণ হ’ল ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য এল-১…

0 132

 চন্দ্ৰৰ পিছত এইবাৰ ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান আদিত্য L1 ।  দিনৰ ১১-৫০ বজাত সূৰ্য অভিমুখে যাত্ৰা কৰিলে আদিত্য এল-১ নামৰ মহাকাশযানখনে ।

আদিত্য এল-১ প্ৰকৃততে এখন সূৰ্য পৰ্য্যবেক্ষণকাৰী যান। এই যানখনে পৃথিৱীৰ পৰা সূৰ্য অভিমুখে ১.৫ নিযুত কিলোমিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব।

সূৰ্য অভিযান সফলতাৰ বাবে দেশজুৰি পূজা-অৰ্চনা আগবঢ়োৱা হৈছে।

Leave A Reply