Breaking

এছিয়ান গেমছৰ ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দল ! বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ…

0 58

এছিয়ান গেমছৰ ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দল। বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ।

ছেমি ফাইনেলত ৮ উইকেটত পৰাস্ত কৰিলে বাংলাদেশক। বাংলাদেশে ৫২ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতক।

১৭.৫ অভাৰত ৫১ ৰান কৰি অলআউট বাংলাদেশ। ১৭ ৰান দি পূজা বস্ত্ৰকাৰে লাভ কৰে ৪টা উইকেট।

Leave A Reply