Breaking

তীব্ৰ গৰমঃ গৰমত খাওক এই পানীয়! আপোনাৰ শৰীৰো ভাল হ’ব, তৃষ্ণাও দূৰ হ’ব…

0 23

গৰমে দহিছে দেশবাসী তথা ৰাজ্যবাসীক।

বিগত তিনিদিন ধৰি তাপমাত্ৰা ৩৮ ডিগ্ৰীৰ পৰা ৪০ ডিগ্ৰীলৈ বৃদ্ধি পাইছে।

স্তব্ধ হৈ পৰিছে জনসাধাৰণৰ স্বাভাৱিক জীৱন।

অসমৰ কেইবাখনো জিলাই অতিক্ৰম কৰিছে স্বাভাৱিক উষ্ণতা।

তীব্ৰ গৰমত মানুহে এতিয়া বিভিন্ন ধৰণৰ ঠাণ্ডা পানীয় খোৱাৰ আৰম্ভ কৰিছে।

কিন্তু গৰমত অন্য পানীয় গ্ৰহণ কৰাৰ পৰিৱৰ্তে এটুপি নেমু পানীয়ে আপোনাৰ পিয়াহ দূৰ কাৰ লগতে শৰীৰো ঠাণ্ডা কৰিব।

Leave A Reply