Breaking

আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইলৈ ২০২৩ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা

0 132

আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোহাঁইলৈ ২০২৩ বৰ্ষৰ বীৰাঙ্গনা মূলাগাভৰু বঁটা। টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰিব এই বঁটা। ২৯ আৰু ৩০ এপ্ৰিলত সোণাৰিত অনুষ্ঠিত হবলগীয়া বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হ’ব বঁটা।

আনহাতে মূলাগাভৰুৰ স্বামী ফ্ৰাচেংমূং বৰগোহাঁইৰ সোঁৱৰণী শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ লগতে বীৰাঙ্গনা মূলাগাভৰু পূৰ্ণাংগ নাটক পৰিৱেশন কৰা হ’ব অনুষ্ঠানটোত।

Leave A Reply