Breaking

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তজাৰ্তিক ব্যঘ্ৰ দিৱস পালন…

0 1,548

আজি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তৰ্জাতিক ব্যঘ্ৰ দিৱস পালন কৰে। এছিয়াৰ ভিতৰতে একমাত্ৰ ব্যঘ্ৰ প্ৰকল্পৰ ওৰাং ব্যঘ্ৰ প্ৰকল্প । ব্যঘ্ৰ দিৱস উপলক্ষে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা হয় সজাগতা সভা। সভাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ লগত ৰাষ্ট্ৰীয় উদ্যান খনৰ বন বিষয়া সকলে বাঘ সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ সজাগতা অনুষ্ঠিত কৰে।

সভাত উপস্থিত থাকে বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদিপ্ত বৰুৱা এ ছি‌ এফ ৰাজিব হাজৰিকা বন আঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰী বেছিমাৰী ইডেছিৰ সভাপতি আব্দুল মালেকৰ লগতে ইডেছিৰ অন্যান্য সভাপতি সকল,বনকৰ্মী আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল।

Leave A Reply