Breaking

আই পি এল’ত আজি কলকতা বনাম পাঞ্জাৱ

0 51

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি কলকতাৰ মুখামুখি হ’ব পাঞ্জাৱ। চলিত বৰ্ষত কলকতাই ১১ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাত ৪ নম্বৰত থকাৰ বিপৰীতে দিল্লীয়ে ১১ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাৰ ৫ নম্বৰত স্থানত অৱস্থান কৰিছে৷

আজিৰ কলকতা বনাম পাঞ্জাৱ খেলখন শাৰজাহৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

Leave A Reply