Breaking

আই পি এল’ত আজি হাইদৰাবাদ বনাম দিল্লী

0 53

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি হাইদৰাবাদৰ মুখামুখি হ’ব দিল্লী। চলিত বৰ্ষত হাইদৰাবাদে ১১ খন খেলৰ ৪ খনত জয়ী হৈ পইন্ট তালিকাত ৭ নম্বৰত থকাৰ বিপৰীতে দিল্লীয়ে ১১ খন খেলৰ ৭ খনত জয়ী হৈ পইন্ট তালিকাৰ ২ নম্বৰত স্থানত অৱস্থান কৰিছে।

আজিৰ হাইদৰাবাদ বনাম দিল্লী খেলখন দুবাইৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

Leave A Reply