June 21, 2021 বৰফাবৃত লাডাখৰ ১৮০০০ ফুট উচ্চতাত আইটিবিপি জোৱানৰ যোগ দিৱস। Share FacebookTwitterWhatsAppTelegramKooEmail আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সোমবাৰে বৰফাবৃত লাডাখৰ ১৮০০০ ফুট উচ্চতাত যোগাসন কৰিলে আইটিবিপিৰ জোৱানসকলে। তদুপৰি সীমান্তৰ এইসকল ‘হীমবীৰে’ লাডাখৰ পেংগং চো হ্ৰদৰ পাৰতো যোগ অভ্যাস কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles ‘আমি যেতিয়া আটাইবোৰ নোহোৱা হৈ যাম, নতুন ভাৱ আৰু ভাষাৰে এজাক নতুন মানুহে পিতপিতাই ফুৰিব পৃথিৱীৰ পোতাপিটনিবোৰত, চিনি পাবনে জুবিন গাৰ্গ নামৰ ধাৰণাটোক?’ দৈনন্দিন বাৰ্তা - September 23, 2026 মহানগৰীৰ চচলত ৰাইজৰ দলৰ উদ্যোগত গণবিক্ষোভ কাৰ্যসূচী দৈনন্দিন বাৰ্তা - September 23, 2026 আজি দিনটোতে পঞ্চভূতত বিলীন হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দৈনন্দিন বাৰ্তা - September 23, 2026