Breaking

৭৭ বছৰ বয়সত জৈন মুনি আচাৰ্য শ্ৰীবিদ্যাসাগৰ মহাৰাজৰ দেহাৱসান…

0 22

বিশিষ্ট জৈন মুনি আচাৰ্য বিদ্যাসাগৰ মহাৰাজৰ দেওবাৰে পুৱা ছত্তীশগড়ৰ ডংগৰগড়ৰ চন্দ্ৰগিৰি তীৰ্থত দেহাৱসান হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।

আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে।


Leave A Reply