July 19, 2023 জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ! আহত দুজন প্ৰব্ৰজিত শ্ৰমিক… Share FacebookTwitterWhatsAppTelegramKooEmail জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। আক্ৰমণক লৈ অনন্তনাগত উত্তপ্ত পৰিস্থিতি। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে দুজন প্ৰব্ৰজিত শ্ৰমিক। ইতিমধ্যে সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026 পশ্চিমবংগত ‘মহাৰাষ্ট্ৰ মডেল’ৰ পুনৰাবৃত্তিৰ আশংকা? তৃণমূল কংগ্ৰেছত বিদ্ৰোহে তীব্ৰ কৰিলে ৰাজনৈতিক জল্পনা দৈনন্দিন বাৰ্তা - June 3, 2026