Breaking

আদিত্য এল-১ ত অংশীদাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জন্মেজয় সৰকাৰ…

0 112

আদিত্য L1ত অংশীদাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জন্মেজয় সৰকাৰ ৷

ই সূৰ্য আৰু পৃথিৱীৰ যি এল-১ নামৰ মধ্যকৰ্ষণ বিন্দু আছে সেই সম্পৰ্কে অধ্যয়ন কৰিব। মহাকাশযানখনৰ যাত্ৰাকালত গন্তব্যস্থল পাওতে সময় লাগিব ৪মাহ।

আনহাতে প্ৰতিদিনে আদিত্য এল-১য়ে ১৪৪০ খন ফটো পৃথিৱীলৈ প্ৰেৰণ কৰিব। ইফালে সূৰ্যৰ পৰা ১৪৮.৫ মিলিয়ন কিলোমিটাৰ দুৰত্বত থাকি যানখনে অৱস্থান কৰিব।

উল্লেখ্য যে,ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ই যোৱা ২৮ আগষ্টত সূৰ্য অভিযান সম্পৰ্কে ঘোষণা কৰিছিল। ইছৰ’ৰ এই প্ৰকল্পটিত ২০১৫ চনৰ পৰাই জড়িত হৈ আছে অসমৰ ড০ ঐশ্বন্যা শৰ্মা। তেওঁ সূৰ্যৰ আলোক মণ্ডল আৰু বৰ্ণ মণ্ডলত স্থিত তৰংগৰ কম্পনাংকৰ বিষয়ে অধ্যয়ন কৰিব।

Leave A Reply