April 4, 2024 কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ। জখলাবন্ধা থানাত ৰুজু হোৱা গোচৰ সন্দৰ্ভত হাজিৰ আদালতত। CBIৰ আৱেষ্টনীৰে আদালতত উপস্থিত সুমিত্ৰা ৰাভা। জখলাবন্ধা থানাত ৮৪/২৩, ৮৭/২৩ নম্বৰত ৰুজু হৈছিল গোচৰ। সুমিত্ৰা ৰাভাই উঠাই ল’লে ৮৭/২৩ নম্বৰৰ গোচৰ। Author: দৈনন্দিন বাৰ্তা Related Articles স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026