Breaking

ধুবুৰীত জিলা যক্ষ্মা কেন্দ্রত অনুষ্ঠিত সাংবাদিকৰ কৰ্মশালা

0 1,552

ধুবুৰী জিলা যক্ষ্মা কেন্দ্রৰ উদ্দোগত ভাৰচুয়েল পদ্ধতিত আজি ধুবুৰী জিলা যক্ষ্মা হস্পিতাল প্ৰাংগনত ৰাজ্যিক যক্ষ্মা গোট, গুৱাহাটীৰ পৰা পৰিচালিত হোৱা অনুষ্ঠানটোত সকলো জিলা গোট অংশ গ্রহন কৰে। অনুষ্ঠানটোত মূলত যক্ষ্মা নিয়ন্ত্রণৰ ওপৰত কেনেকৈ কাম কৰিব পাৰি। এই সম্পর্কে সাংবাদিক সকল ক্ষেত্রেই অবগত কৰা হয়। আৰু সমাজত সজাগতা আনিবলৈ সাংবাদিক সকলক অনুৰোধ কৰা হয়। অনষ্ঠান ত জিলা যক্ষ্মা বিষয়া ড: জে বি ৰয় কয়”- আজি ৰ এই কৰ্ম শালাত ভাগ লোৱা  জিলা খনৰ বিভিন্ন ঠাইৰ পৰা  অহা ২৮ জন সাংবাদিক ক সংবর্ধনা জ্ঞাপন কৰা হয়। সভাত ধুবুৰী যক্ষ্মা হস্পিতালৰ উপ-অধক্ষ্য    এম চি দাস উপস্থিত থাকে। 

Leave A Reply