Breaking

লখিমপুৰত আনন্দৰ বন্যা! আই পি এছ বিষয়া আনন্দ মিশ্ৰক লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি…

0 151

আই জি পি (স্প’ৰ্টছ) হিচাপে দায়িত্বত থকা বহু চৰ্চিত আই পি এছ বিষয়া আনন্দ মিশ্ৰক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।

লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা বেদান্ত মাধৱ ৰাজখোৱাক আই জি পি (স্প’ৰ্টছ) হিচাপে বদলিৰ পিছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হয় আনন্দ মিশ্ৰক। বেদান্ত মাধৱ ৰাজখোৱাক সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া)ৰ দায়িত্ব।

নগাঁৱৰ কাৰ্যকালতে বহু চৰ্চিত আৰু জনপ্ৰীয় হৈ পৰিছিল আই পি এছ বিষয়া গৰাকী৷ এনে এগৰাকী দক্ষ বিষয়া লাভ কৰি সমগ্ৰ লখিমপুৰত আনন্দৰ জোৱাৰ উঠিছে৷

Leave A Reply