December 8, 2023 জুনিয়ৰ মেহমুদ খ্যাত অভিনেতা নাইম চৈয়দৰ ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ… Share FacebookTwitterWhatsAppTelegramKooEmail জুনিয়ৰ মেহমুদ খ্যাত অভিনেতা নাইম চৈয়দৰ দেহাৱসান। ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। শুকুৰবাৰে পুৱতি নিশা ২ বজাত মুম্বাইৰ বাসগৃহত মৃত্যু অভিনেতাগৰাকীৰ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী। Author: দৈনন্দিন বাৰ্তা Related Articles অপাৰেচন থিয়েটাৰত অস্ত্ৰোপচাৰ চলি থকাৰ সময়তে হঠাতে গীত গালে ছনু নিগমে দৈনন্দিন বাৰ্তা - August 9, 2026 নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026