Breaking

কামৰূপ (মেট্ৰ’)ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সংবাদমেল

0 43

কামৰূপ (মেট্ৰ’)ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৩০ ডিচেম্বৰ তাৰিখে পুৱা ১০ঃ৩০ বজাত জিলাখনৰ সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে এক বিশেষ বাৰ্তালাপ কৰে।

গুৱাহাটীৰ লগতে কামৰূপ জিলাক লৈ তেওঁ বহুতো পৰিকল্পনাৰ কথা প্ৰকাশ কৰাৰ লগতে তেওঁ তেওঁৰ কাৰ্যকালত অনাগত দিন বোৰত মহানগৰী খনৰ উন্নীতকৰণত যথেষ্ট অৰিহণা আগবঢ়াব বুলি জানিব দিয়ে। জিলা খনৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যা অতি শীঘ্ৰেই সমাধান কৰা হ’ব বুলিও তেওঁ মতপোষণ কৰে।

Leave A Reply