Breaking

উচ্চ শিক্ষাৰ বাবে ৰাইজৰ সহায় বিচৰা সোমা সিংহৰ কাষত থিয় দিলে কমতাপুৰ স্বায়ত্ত শাষিত পৰিষদৰ ইম কৰ্মেশ্বৰ ৰায়

0 1,570

বাতৰি সম্প্ৰচাৰ হোৱাৰ ২৪ ঘণ্টা নহওঁতেই ছাত্ৰী গৰাকীৰ কাষত থিও দিলে কমতাপুৰ স্বায়ত্ত শাষিত পৰিসোদৰ ইম কৰ্মেশ্বৰ ৰায়।আজি ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাৰ অসমীয়াত ৯২ আৰু information technology ৯১ লেটাৰ নম্বৰ সহ মুঠ ৩৫৫ নম্বৰ পাই প্ৰথম বিভাগত উৰ্ত্তীণ হল সোমা সিংহ।

উচ্চ শিক্ষাৰ বাবে ৰাইজৰ সহায় বিচাৰিছিল ছাত্ৰী গৰাকীয়ে।অবশেষত ছাত্ৰী গৰাকীৰ কাষত থিও দিলে গৰিবো কি দাতা কৰ্মেশ্বৰ ৰায়।উপস্থিত হৈ ছাত্ৰীগৰাকীক কিছু আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে আগলৈ আৰু সাহায্য প্ৰদান কৰিব বুলি আশা প্ৰদান কৰে।

Leave A Reply