Breaking

২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

0 47

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ল ব্যাঘ্ৰ প্ৰকল্পৰ বুঢ়াপাহাৰ বনাঞ্চল।

সঞ্চালিকা সোণালী ঘোষে পৰ্যটকৰ বাবে মুকলি কৰে জীপ ছাফাৰী। উপস্থিত থাকে উদ্যানখনৰ DFO, কলিয়াবৰ SDPO । বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখত মুকলি কৰা হয় এখন থলুৱা বিপণিও।

Leave A Reply