Breaking

বড়ো নৃত্য-সংগীতৰ সাধক, ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক ক্ষিৰোদ খাখলাৰীৰ শেষনিশ্বাস ত্যাগ

0 94

বড়ো নৃত্য আৰু সংগীতৰ সাধক, ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক ক্ষিৰোদ খাখলাৰীৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে।

বড়ো সংস্কৃতিৰ পূজাৰীগৰাকীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে অজস্ৰ অনুৰাগীয়ে। তেখেতৰ মৃত্যুত মন্ত্ৰী ৰণোজ পেগুয়েও তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Leave A Reply