Breaking

লাহৰীঘাট ৭৯ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ মহিলাক আটক

0 37

মৰিগাঁও জিলাৰ লাহৰীঘাটত পুনৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহ কাৰীক  ৭৯ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক কৰিছে।  গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে  চেনিমাৰী গাঁৱৰ  এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহ কাৰীক লাহৰীঘাট আৰক্ষীয়ে আটক কৰে।ধৃত মহিলা গৰাকীৰ নাম হাফিজা খাতুন বুলি জানিব পৰা গৈছে।

মহিলা গৰাকীৰ পৰা আৰক্ষীয়ে ৭৯ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান সময়ত  কিছু সময় আটক কৰা আৰু ২ জন পুৰুষ ড্ৰাগছ সৰবৰাহ কাৰী আৰু মহিলাক   লাহৰিঘাট আৰক্ষীয়ে সোধ-পোছ  আব্যহত ৰাখিছে। 

Leave A Reply