January 10, 2022 লাহৰীঘাটৰ বৰছলাত ড্ৰাগছ সৰবৰাহকাৰীক আটক Share FacebookTwitterWhatsAppTelegramKooEmail মৰিগাঁও জিলাৰ -লাহৰীঘাটৰ বৰছলা আৰক্ষীয়ে দেওবাৰে নিশা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম ফকৰ উদ্দিন ( ২৬ )। বৰছলা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পলাশজুৰি গাঁৱৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত দৈনন্দিন বাৰ্তা - August 26, 2026 মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল দৈনন্দিন বাৰ্তা - August 26, 2026 ঘৰৰ টকা, সোণ চুৰ কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁঃ য়শৰ GIRLFRIENDৰ বিস্ফোৰণ দৈনন্দিন বাৰ্তা - August 26, 2026