Breaking

লাহদৈগড় আৰক্ষীৰ বৃহৎ সাফল্য : জব্দ প্ৰায় ২০ কি’লো ওজনৰ গাঞ্জা

0 1,026

অসম আৰক্ষীৰ অভিযান সমূহ সকলো ক্ষেত্ৰতে  সফল হোৱাৰ সমান্তৰাল ভাৱে তেনে সময়তে লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী  বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত সুৰা আৰু অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে  অভিযান চলাই থকাৰ সময়তে কালি এক  গোপন সূত্ৰৰ পম খেদি অভিযান চলাই পূব যোৰহাটৰ চটাই ভকত গাৱৰ সোনমাই গগৈ আৰু তেওৰ পুত্ৰ জগত গগৈৰ  ঘৰৰ পৰা প্ৰায় ২০ কিলো গাঞ্জা জব্দ কৰাৰ লগতে সোণমাই গগৈ আৰু জগত গগৈক কৰায়ত্ব কৰে। আৰক্ষী য়ে জানিবলৈ দিয়া মতে আৰক্ষীয়ে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰি জেল হাজোলৈ প্ৰেৰণ কৰিৱ বুলি জানিব পৰা গৈছে।আৰক্ষীৰ এনে প্ৰশংসনীয় পদক্ষেপক বিভিন্ন দল সংগঠনে লগতে স্থানীয় লোকে  আৰক্ষী বিষয়া জনক শলাগ  লৈছে।

Leave A Reply