December 13, 2023 লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি… Share FacebookTwitterWhatsAppTelegramKooEmail লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি কৰা হৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা এছ আই টিৰ দায়িত্ব দিয়া হৈছে আনন্দ মিশ্ৰক। Author: দৈনন্দিন বাৰ্তা Related Articles ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026