Breaking

চন্দ্ৰত ১৪-১৫ দিনৰ বাবে শুই পৰিল লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান…

0 156

Sleep modeত ৰ’ভাৰ প্ৰজ্ঞান।

চন্দ্ৰত ১৪-১৫ দিনৰ বাবে Sleep modeত লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান।

সূৰ্য উদয়ৰ পিছতহে পুনৰ কামত লাগিব বিক্ৰম আৰু প্ৰজ্ঞান।

ৰ’ভাৰ প্ৰজ্ঞানে সমাপন কৰিলে নিজৰ দ্ধায়িত্ব।

বৰ্তমান বন্ধ কৰি দিয়া হৈছে APXS আৰু LIBS পেলোড।

লেণ্ডাৰে পৃথিৱীলৈ প্ৰেৰণ কৰিব দুয়োটা পেলোডৰ তথ্য।

বৰ্তমান Sleep modeত ৰখা হৈছে ৰ’ভাৰ প্ৰজ্ঞানক।

সামাজিক মাধ্যমযোগে ISRO-এ এই কথা জনালে।

অহা ২২ ছেপ্তেম্বৰৰ পৰা পুনৰ কাম কৰিব ৰ’ভাৰ প্ৰজ্ঞানে।

১১ দিনৰ কামৰ অন্তত চন্দ্ৰৰ বুকুত শুই পৰিল ৰ’ভাৰ প্ৰজ্ঞান।

Leave A Reply