March 22, 2021 লাৰা দত্ত সঞ্জুকতা দত্তৰ বাবে শ্ব’ষ্টপাৰ হৈ পৰিছে Share FacebookTwitterWhatsAppTelegramKooEmail প্ৰাক্তন মিছ ইউনিভাৰ্ছ আৰু বলিউড অভিনেত্ৰী লাৰা দত্ত ভূপতিয়ে লাকমে ফেশ্বন সপ্তাহ ২০২১ ত এচ অসমীয়া ফেশ্বন ডিজাইনাৰ সঞ্জুকতা দত্তৰ দ্বাৰা ডিজাইন কৰা মেখেলা চাদৰ পিন্ধি খোলা ৰেম্পত খোজ কাঢ়ে। Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026